bouddhikbichar.com
অসমৰ শিল্পকলা চৰ্চাত স্থবিৰতা আৰু সম্ভাৱনা ( পল্লৱ শইকীয়া, ধৰ্মেন্দ্ৰ প্ৰসাদ ) - বৌদ্ধিক বিচাৰ
অসমৰ শিল্পকলাৰ ক্ষেত্ৰখনৰ পয়াঁলগা অৱস্থা সৰ্ম্পকে বিশেষ আলোচনা দেখা নাযায়। নীলমণি ফুকন আদিৰ দৰে মাত্ৰ কেইজন মান আঙুলিৰ মূৰত লেখিব পৰা সমালোচকক বাদ দিলে পিঠি চপৰিওৱা প্ৰশংসাৰ বাদে অন্য একো দেখা নাই।