bouddhikbichar.com
পদ্মাৱতী বিতৰ্ক ( সৌৰভ শইকীয়া )
ভাৰতত চিনেমাকেন্দ্ৰিক বিতৰ্ক এয়ে প্ৰথম নহয়। ভাৰতীয় চিনেমা উদ্যোগৰ আৰম্ভণিৰে পৰা বহু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চিনেমাক লৈ যথেষ্ট বিতৰ্ক দেখা যায়। ’নীল আকাশেৰ তলে’, ‘গৰম হাৱা’, ‘আন্ধি’, ‘বেণ্ডিট কুইন’, ‘…