bouddhikbichar.com
ভোক ( ভাস্কৰ ভূঞা ) - বৌদ্ধিক বিচাৰ
ভোক প্ৰত্যেকটো জীৱনৰ প্ৰতিটো চেকেণ্ডৰ এটি এটি স্পন্দন ভোক আছে বাবেই মানুহবোৰ মানুহ হৈ আছে ভোক আছে বাবেই চৰকাৰৰ বাৰ্ষিক পৰিকল্পনা ভোক আছে বাবেই ঈশ্বৰৰ উপাসনা