bouddhikbichar.com
আহত আৰু নিহতসকলৰ সাধু ( ৰৌচন আৰা বেগম ) - বৌদ্ধিক বিচাৰ
প্রবাহমান কালৰেপৰা দিন-ৰাতিৰ ক্ষীপ্র দৃষ্টিত অবিশ্বাস কৰিবলগীয়া একো নাছিল। পিছে, কোনো এক অজানিত কাৰণত উভতি বৈছিল সমুদ্র!