bouddhikbichar.com
বাস্তৱৰ ন ন পুৰাণ ( গুৰু) - বৌদ্ধিক বিচাৰ
আমাৰ এক বন্ধুৰ হেনো আজিকালি গোটেই পৰিৱেশটো কিবা ধৰ্ম-ধাৰ্মিক-ধৰ্মীয়, হিন্দু-হিন্দী-হিন্দুস্থান-এনেকুৱা লাগি থাকে। কথাটো নোহোৱা নহয়, আমিও মন কৰিছো। সেই গতিকে আমিহে বেদ –পুৰাণ, আখ্যান-উপাখ্যানত মন বহাইছো। তেনে দুই এক বাস্তৱ আখ্যান আপোনাসৱৰ আগত বেকত কৰিব ওলাইছো… টিকাপোৰা আখ্যান- এখন দেশত পূৰ্বৰ দুৰ্বল ৰজাক খেদি এজন প্ৰতাপীয়ে সিংহাসন আৰোহণ কৰিলে। ন-ৰজাই দিন যোৱাৰ লগে লগে প্ৰতাপীৰ …