bouddhikbichar.com
অমৰ মৃত্যু ( ৰক্তিম শৰ্মা )
এসোঁতা তেজৰ নাম কেতিয়া নৈ হ’ব পাৰে ? কিদৰে বুকুবোৰ জ্বলি জ্বলি ছাঁই হয় ৰৈ ৰৈ শিল হয় প্ৰতিটো অপেক্ষাৰ ৰাতি ? কোনেও একো নুবুজিলে কাৰো অৱকাশ নাই শুনাৰ যদিও সহযোদ্ধাৰ তেজ লগা বাটেৰে অহৰহ অহা যোৱা প্ৰতি…