bouddhikbichar.com
বানান বিভ্ৰাট ( ডঃ ছবি )
আমাৰ সাধাৰণতে দুটামান খুব সঘনাই হৈ থকা বানান বিসংগতি আছে । কেতিয়াবা অন্তৰ্নিহিত কাৰণটো পাহৰি বা কেতিয়াবা অসাৱধানতাবশতঃ এনে বিসংগতি হয় । এই লিখনিত দুটামান উল্লেখ কৰিলোঁ। ১. খায়/খাই কৰ্তা, কৰ্ম, ক্ৰি…