bouddhikbichar.com
মহাজীৱনৰ আঁৰৰ কথাঃ শিল্পী নীলপৱন বৰুৱা ( আমিনুল হক ) - বৌদ্ধিক বিচাৰ
গুৱাহাটীলৈ আহি আৰম্ভণিতে চৰকাৰী আৰ্ট স্কুলত শিক্ষকতাৰ চাকৰিৰ সামান্য উপাৰ্জনেৰে ৰং আৰু কেনভাছ কিনাটো দুৰূহ হৈ পৰিছিল, তথাপি ৰঙীন চিঞাহীৰে কাকতত ৰূপ-ৰেখাৰে ছবি আঁকিবলৈ ল'লে। কেতিয়াবা জুইশলা বাঁহৰ ওপৰত, চাৰমিনাৰ চিগাৰেটত পেকেটৰ ওপৰত অসংখ্য ছবি আৰু নক্সা আঁকিছিল-- এতিয়াও আঁকে।