bouddhikbichar.com
মৌনতাৰ ওৰণিয়ে ঢাকি ৰখা যৌনতা বিপজ্জনক ( ময়ূৰ বৰা )
এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আমাৰ সমাজৰ অধিকাংশ মানুহেই সহজ হ’ব নোৱাৰে। কিবা এক লাজ, ভয়, অস্বস্তি আৰু ভণ্ডামিয়ে সন্মিলিতভাৱে এইক্ষেত্ৰত মানুহক আমনি কৰি থাকে। ৰাজহুৱা স্থানত তেনেবোৰ বিষয়ৰ ওপ…