bouddhikbichar.com
ইয়াত এখন দলং হ'ব ( জুৰী বৰা বৰগোহাঞি ) - বৌদ্ধিক বিচাৰ
সন্মুখত আবেদন– দীঘলীয়া৷ তাত দ্বীপটোৰ বহুকেইজন গণ্যমান্য ব্যক্তিৰ চহী৷ দুজনমান সত্ৰাধিকাৰৰো৷ পিছে সেইকেইখন সত্ৰৰ ভূমিকাক গণ্য কৰা নহয়৷ গণ্য কৰে তেওঁক ধৰি দুজনমানকহে৷ তেওঁৰ চহীটো অমূল্য৷ দলঙৰ দাবীত নন্দিতাইবহু বছৰ আন্দোলন কৰি আছে৷