bouddhikbichar.com
মৌনতাৰ ওৰণিয়ে ঢাকি ৰখা যৌনতা বিপজ্জনক ( ময়ূৰ বৰা ) - বৌদ্ধিক বিচাৰ
দণ্ডিনাথ কলিতাৰ দ্বাৰা প্ৰতাৰিত হোৱা সেইগৰাকী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কৈছিল-- 'গৰ্ভৰ সন্তান মই নষ্ট নকৰোঁ, কাৰণ মই এজন জাৰজ সন্তানৰ মাতৃ নহওঁ। মই মাতৃ হ’ম এগৰাকী বিখ‍্যাত সন্তানৰহে।' স্বাধীনতাৰ পাছতে কলকাতাত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত অবিশ্বাস‍্যভাৱে সাহসী ভূমিকা পালন কৰি অসমীয়াৰ হকে কাম কৰা অতুল শইকীয়াই প্ৰমাণ কৰিছিল তেওঁ দৰাচলতে কাৰ সন্তান।