bouddhikbichar.com
কবিতা ( ঋতুৰঞ্জন গগৈ ) - বৌদ্ধিক বিচাৰ
আমাৰ বহু কথাই মনত পৰিছিল, ছাঁয়াঘন বাটত বতাহৰ সৈতে খোজকাঢ়ি আহি থকা, খৰ আঙুলিবোৰ যেতিয়া কঁপি আছিল গীটাৰৰ তাঁৰত;