bouddhikbichar.com
অতিথি সম্পাদকৰ কলম (প্ৰাঞ্জল দেউৰী ) - বৌদ্ধিক বিচাৰ
"হিন্দু মহা-সভাৰ পক্ষৰ পৰা ভাৰতৰ আন প্ৰদেশত প্ৰচাৰ কৰি জাকে জাকে বিদেশী হিন্দু মানুহ আনি অসমৰ খালি মাটিবিলাকত ভৰাই দিয়া হওক বুলি প্ৰস্তাৱ কৰা হৈছে।ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে ১৯৩৮ চনৰ পহিলা জানুৱাৰী পাছত অহা পমুৱাসকলৰ মাটি নিদিবৰ যি আইন কৰা হৈছে, সেই আইনক উঠাই দিব। অসমীয়া হিন্দু-মুছলামন আৰু ট্ৰাইবেল জাতীয়লোকৰ নিমিত্তে ইয়াতকৈ ভয়াৱহ আন একো প্ৰস্তাৱেই হ'ব নোৱাৰে।"