bouddhikbichar.com
অতি সাম্প্ৰতিক অসমীয়া কবিতা ( অজিৎ কলিতা ) - বৌদ্ধিক বিচাৰ
ৰবীন্দ্ৰ সৰকাৰৰ এটি অন্যতম আবেদনময়ী কবিতা হৈছে ‘হলৌ চোলা'৷ ইউৰোপত দেখা দিয়া অৰ্থনৈতিক মন্দাৱস্থা, অৰ্থনৈতিক উদাৰীকৰণ, গোলকীকৰণ, সাম্ৰাজ্যবাদ আদি দিশসমূহৰ পাৰ্শ্ব ফলাফল ‘হলৌ চোলা' কবিতাটিত প্ৰতিফলিত হৈছে৷ চিত্ৰকল্পনত ব্যৱহৃত ৰং আধুনিক কবিতাটো তাৎপৰ্যপূৰ্ণভাৱে ব্যৱহাৰ কৰা দেখা যায়৷