as.gonitsora.com
বিজ্ঞান কুইজ - ২ - গণিত চ’ৰা
১) ৩২ বিয়োগ; ৫ ৰে পূৰণ; ৯ ৰে হৰণ। উপৰোক্ত পদ্ধতিৰে কোনটো বিখ্যাত পদ্ধতিগত পৰিবৰ্তন কৰিব পাৰি? ২) লুডৱিগ স্কেল (LUDWIG SCALE) মহিলাৰ ক্ষেত্ৰত ______ জুখিবলৈ ব্যৱহাৰ কৰা হয়। নৰউড-হেমিল্টন...