as.gonitsora.com
অন্তৰ্মুখিতাৰ শক্তি, নিৰৱ বিপ্লৱ আৰু ছুছান কেইন - গণিত চ’ৰা
যিমানবোৰ যুগান্তকাৰী আৱিষ্কাৰ, বিস্ময়কৰ ঘটনা, চমৎকাৰী যন্ত্ৰ নাইবা কৌতূহলোদ্দীপক মতবাদৰ সৃষ্টি হৈছে— সেইবোৰৰ অধিকাংশৰ আঁৰতেই আছে এজন অন্তৰ্মুখী৷