as.gonitsora.com
ডেনিছ ৰিৎছী : যাৰ বাহুত ভৰ দি ওখ হৈছিল ষ্টিভ জৱছ, বিল গেটছ ইত্যাদি - গণিত চ’ৰা
ডেনিছ ৰিৎছী অলক্ষিতে থাকি গৈছিল। যদি এটা অনুবীক্ষণ-যন্ত্ৰৰে কম্পিউটাৰলৈ চাব পাৰিলেহেঁতেন, তেন্তে তাৰ ভিতৰত সৰ্বত্ৰে তেওঁৰ কামেই আপুনি দেখিবলৈ পালেহেঁতেন।