as.gonitsora.com
প্ৰফেচৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ - গণিত চ’ৰা
প্ৰফেচৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰ এজন প্ৰখ্যাত ভাৰতীয় ব্ৰহ্মাণ্ডবিজ্ঞানী (cosmologist)। গতানুগতিকতাৰ পৰা ফালৰি কাটি যিসকল ব্যক্তিয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, নাৰ্লিকাৰ সেইসকলৰ অন্যতম। পুণেৰ আন্তঃবিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিঃপদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান, IUCAA (Inter...