as.gonitsora.com
তৃতীয় বিশ্বযুদ্ধ - গণিত চ’ৰা
ব্যস্ততা, ব্যস্ততা আৰু ব্যস্ততা। অধ্যাপক হ’লোঁ বুলিয়েই মই মানুহ নহয় নেকি? যোৱা সপ্তাহত একেলগে সাতটা ক্লাছ আৰু আজি দেওবাৰটোতো বিশেষ পাঠদান। নোৱাৰি আৰু দেই! মোক অলপ বিশ্ৰাম লাগে। যানখনৰ বিশাল পৰ্দাখনৰলৈ...